Ranoj Pegu's banner
Ranoj Pegu's profile picture

Ranoj Pegu

@ranojpeguassam • 301,876 subscribers

Minister of School Education, Higher Education, Tribal Affairs (Plain) & Information Technology | MLA, 78 No. Dhemaji LAC

Shorts

Discussed with HCM Himanta Biswa Sarma on regularisation of contractual teachers as per his historic announcement on I-Day. Department of School Education Assam will soon constitute a committee to work out the modalities. I thank HCM for the bold step towards resolving the issues of the school teachers.

14,636 Aufrufe

India has held the gentle & intelligent Elephant in great esteem for generations. On #WorldElephantDay, let's pledge to protect the gentle giants from poaching & habitat loss and work towards a future where they continue to thrive.

10,167 Aufrufe

Videos

ranojpeguassam's profile picture

বিশেষ নিযুক্তি অভিযান (SRD)ৰ জৰিয়তে সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা নিয়মীয়া হোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সমস্যা সন্দৰ্ভত আজি মই এছ আৰ ডি শিক্ষক কল্যাণ মঞ্চ আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত আলোচনা কৰোঁ আৰু এই কথা স্পষ্ট কৰি দিওঁ যে এই শিক্ষকসকলৰ দৰমহাক লৈ কোনো সমস্যাৰ সৃষ্টি হোৱা নাই। এই মাহত যদিও কিছু পলম হৈছে, দুই-এদিনৰ ভিতৰতে তেওঁলোকে পূৰ্বৰ দৰে দৰমহা লাভ কৰিব। এই শিক্ষকসকলৰ পূৰ্বৰ যি ট্ৰেজাৰীৰ ব্যৱস্থা আছিল, তাত বৰ্তমান কিছুমান বিত্তীয় সংস্কাৰ সাধন হৈ থকা কাৰণে এই বিলম্বখিনি ঘটিছে। ত তেওঁলোকৰ একাউণ্ট আছে আৰু তাৰ জৰিয়তে তেওঁলোকে নিয়মীয়া কৰ্মচাৰী হিচাপে পূৰ্বতে যিসমূহ সুবিধা পাই আছিল, সেই সমূহ পাই থাকিব। তেওঁলোকৰ দৰমহা ফিন আছামৰ জৰিয়তে প্ৰছেচ হৈ ট্ৰেজাৰীৰ জৰিয়তে তেওঁলোকে পাব। পূৰ্বে তেওঁলোকে নিজা নিজা জিলা ট্ৰেজাৰীৰ পৰা তেওঁলোকৰ দৰমহা পাইছিল আৰু এতিয়া এই মাহত তেওঁলোকে দিছপুৰ ট্ৰেজাৰীৰ পৰা তেওঁলোকৰ একাউণ্টত দৰমহা পাব। আমাৰ যিমান নিয়মীয়া কৰ্মচাৰী আছে, আৰু যিটো শিতানৰ পৰা তেওঁলোকে দৰমহা পাই আছিলে, সেই শিতানৰ কোনো পৰিৱৰ্তন নহয়। সমগ্ৰ শিক্ষাত তেওঁলোকে সেৱা সমাপ্ত কৰি অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী হিচাপে চাকৰিত যোগদান কৰিছে আৰু নিয়মীয়া কৰ্মচাৰী হিচাপে যি বিধি-ব্যৱস্থাৰে সেৱা তেওঁলোকে পাই আছিল, সেয়া ভৱিষ্যতেও পাই থাকিব। ইয়াক লৈ কোনো শংকাৰ কাৰণ নাই। মই সকলোকে কেইটামান দিন ধৈৰ্য ধৰিবলৈ অনুৰোধ জনাইছোঁ। বিত্তীয় ব্যৱস্থাটোৰ শৈলী সলনি হৈছে, ইয়াৰ বাবে এইবাৰ দৰমহা পোৱাত বিলম্ব হৈছে, ভৱিষ্যতলৈ নহয়। পূৰ্বৰ দৰে তেওঁলোকে ফিন আছামত আছে, ফিন আছামৰ পৰা সেৱা লাভ কৰিব আৰু ফিন আছামতে তেওঁলোকৰ বিল বা পে' শ্লিপ আদিৰ প্ৰছেচিং হ'ব আৰু ট্ৰেজাৰীৰ পৰাই তেওঁলোকে নিজৰ দৰমহা মাহে মাহে পাব। Himanta Biswa Sarma Chief Minister Assam

Ranoj Pegu

26,341 Aufrufe • vor 1 Monat

ranojpeguassam's profile picture

My appeal to teachers.

Ranoj Pegu

67,385 Aufrufe • vor 3 Jahren

Keine weiteren Inhalte verfügbar